গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই যোৱা ৫ জুনৰ পৰা ৯ জুনলৈকে চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিণ্ড ছার্ফিং প্রতিযোগিতাত ক্রমাগত দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰিছে। তামিলনাড়ু ছেইলিং এছ’চিয়েচনে আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ ১৮টা ছেইলিং ক্লাবে অংশগ্রহণ কৰিছিল ।
Site Admin | June 11, 2024 8:39 PM | golaghat nishamoni
চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিণ্ড ছার্ফিং প্রতিযোগিতাত গোলাঘাটৰ সৰুপথাৰৰ নিশামণি বৰাৰ সোণৰ পদক লাভ
