কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে আজি গুৱাহাটীত ৰাজ্যৰ গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান, গৃহ সচিব আদি জ্যেষ্ঠ বিষয়াসকলে অংশ লোৱা এই বৈঠকত আদিবাসী আৰু কাৰ্বি উগ্ৰপন্থী গোটকে ধৰি কেইবাটাও সংগঠনৰ সৈতে শান্তি চুক্তি ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই আলোচনাত আত্মসমৰ্পণকাৰী তথা মূল সুঁতিলৈ উভতি অহা উগ্ৰপন্থী সংগঠনসমূহৰ সদস্যৰ পুনৰ সংস্থাপন আদি বিষয়ত আলোকপাত কৰা হয়।
Site Admin | November 5, 2024 8:56 PM | Gobinda mohon