চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্রম কৰিব বুলি অনুমান কৰা হৈছে।
Site Admin | June 1, 2024 1:11 PM | GDP | India Govt.
চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা
