তেজপুৰ দলে অসম ফুটবল সন্থাৰ গোবিন্দৰাম মৌৰ আৰু বানাৰসী দেৱী সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰিছে। ডবকা নেহৰু ময়দানত কালি অনুষ্ঠিত ফাইনেল খেলত তেজপুৰ দলে ডিব্ৰুগড়ক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ফাইনেল খেলত কালি বঢ়মপুৰ সমষ্টিৰ বিধায়ককে ধৰি ডবকা ক্রীড়া সন্থাৰ সভাপতি তথা অসম ক্রীড়া সন্থাৰ বিষয়ববীয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | September 6, 2024 1:40 PM | Football
গোবিন্দৰাম মৌৰ আৰু বানাৰসী দেৱী সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্রতিযোগিতাত তেজপুৰ দলৰ জয়লাভ
