এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ অহা ৭ জুলাইত আৰম্ভ হ’ব। ভাৰতীয় সেনাই আয়োজন কৰা এই প্ৰতিযোগিতা এইবাৰ অসমৰ কোকৰাঝাৰৰ লগতে শ্বিলং, জামছেদপুৰ আৰু কলকাতাকে ধৰি দেশৰ ৪ খন চহৰত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, এইবাৰৰ প্ৰতিযোগিতাত মুঠ ২৪টা দলে অংশগ্রহণ কৰিব।
Site Admin | July 3, 2024 1:16 PM | Durand Cup
অহা ৭ জুলাইত ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ আৰম্ভ
