আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আয়ুক্ত সচিব বঞ্জন শৰ্মাৰ লগতে পুৰাতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দীপিৰেখা কৌলি উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী গুৱাহাটী কেন্দ্রব বার্তা সম্পাদক মানস প্রতীম শৰ্মাই।
Site Admin | August 10, 2024 1:12 PM | dristripat
আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ
