বিদেশ মন্ত্রী ডº এছ জয়শংকৰে আজি দিল্লীত অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু আহ-যাহৰ লগতে দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্রশিক্ষণ সম্পর্কে আলোচনা কৰে। ডº জয়শংকৰে কয় যে, এই ক্ষেত্ৰসমূহৰ সহযোগিতা ভাৰত আৰু অষ্ট্ৰেলিয়া উভয়ৰে বাবে লাভদায়ক ।
Site Admin | October 15, 2024 8:35 PM | DR. S. joysankar
অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক ডº এছ জয়শংকৰৰ সাক্ষাৎ
