ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 12:39 PM | Delhi Open Tennis

printer

নিকি পুন্নাচা আৰু কাৰ্টনি লক দিল্লী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ

দিল্লী অপেন টেনিছ প্রতিযোগিতাত ভাৰতৰ নিকি পুন্নাচা আৰু জিম্বাবৱেৰ কাৰ্টনি লক পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি দুপৰীয়া হবলগীয়া ছেমি ফাইনেলত যুটিটোৱে ব্রিটেন ডেনমার্কৰ জে ক্লাৰ্ক আৰু জোহানছ ইনজিলড়চেনৰ সন্মুখীন হব। ভাৰত জিম্বাবৱেৰ যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বীক ৬-৩, ২-৬, ১০-৫ ছেটত পৰাস্ত কৰে।

অধিক পঢ়ক

সকলো চাওক