ডাউনলোড
মোবাইল এপ

android apple
signal

February 4, 2025 12:14 PM | Delhi Election

printer

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ, অহা শনিবাৰে ভোটগণনা

৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। কালি সন্ধিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰে। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক