ডাউনলোড
মোবাইল এপ

android apple
signal

March 17, 2025 7:20 PM | Death

printer

বজালীৰ দেৱ দামোদৰ সত্ৰৰ সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামীৰ দেহাৱসান

বজালীৰ দেৱ দামোদৰ সত্ৰৰ সত্ৰাধিকাৰ নৃপেন্দ্ৰ নাথ গোস্বামীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত তেওঁৰ ভালুকীৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। তেওঁৰ মৃত্যুত সমগ্র বজালী জিলাত শোকৰ ছাঁ পৰিছে।

অধিক পঢ়ক

সকলো চাওক