আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ vs ছানৰাইজাৰ্ছ হায়দাবাদ

♦আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দাবাদ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।