ডাউনলোড
মোবাইল এপ

android apple
signal

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহী বাদন অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত স্পিক মেকী নামৰ সংস্থাৰ উদ্যোগত আজি পদ্ম বিভূষণ সন্মানেৰে সন্মানিত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীবাদন অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই এই অনুষ্ঠানৰ উদ্বোধন কৰি পণ্ডিতগৰাকীক প্ৰতিভাৰ স্রোতস্বিনী নদীৰ সৈতে তুলনা কৰে। অনুষ্ঠানত প্ৰসিদ্ধ বাঁহীবাদকগৰাকীৰ সৈতে কেইবাগৰাকীও বিশিষ্ট সংগীতজ্ঞই সংগত কৰে।

অধিক পঢ়ক

সকলো চাওক