ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ মনোনয়ন পত্ৰ দাখিল

◊ দেশৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চুৰুত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সমাবেশত সমবেত লোকসকলক সম্বোধন কৰিব। শ্রীমোদী কাইলৈ পুস্কৰত উপস্থিত হ’ব। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে ছিট্টোগড়ৰ পৰা মনোনয়ন পত্ৰ দাখিলৰ সমদলত অংশগ্ৰহণ কৰা লোকসকলক সম্বোধন কৰে।