ডাউনলোড
মোবাইল এপ

android apple
signal

March 26, 2025 12:36 PM | cm delhi c s patil

printer

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলক সাক্ষাৎ কৰি শিলসাকো বিলৰ পুনৰ উজ্জীৱিতকৰণৰ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীৰ বাসভৱনত কালি হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে শিলসাঁকো প্ৰকল্পৰ লগতে ৰাজ্যখনত জলজীৱন মিছনৰ ৰূপায়ণক লৈও আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত এই প্রকল্পসমূহৰ ৰূপায়ণৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক