কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাসমূহ অহা বছৰ ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে। দশম শ্ৰেণীৰ পৰীক্ষা ১৮ মাৰ্চত আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৪ এপ্ৰিলত সামৰণি পৰিব।
Site Admin | November 21, 2024 12:12 PM | CBSC borad exam
অহা বছৰ ১৫ ফেব্ৰুৱাৰীত CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা
