ডাউনলোড
মোবাইল এপ

android apple
signal

আঞ্চলিক সংবাদ

May 25, 2024 7:53 PM

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ’বলগীয়া 'দৃষ্টিপাত’ অনুষ্ঠান...

May 25, 2024 7:33 PM

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে ৪ জুনত জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব

♦ আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অ...

May 25, 2024 6:36 PM

আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত দেৱব্ৰত ভৰালীৰ স্বৰ্ণ পদক লাভ

পেৰুত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ স...

May 25, 2024 6:36 PM

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰঅৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাটৰ তিতাবৰৰ নন্দনাথ শ‍ইকীয়া মহাবিদ্...

May 25, 2024 6:30 PM

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। শোণিতপুৰ, হাই...

May 25, 2024 6:11 PM

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে...

May 25, 2024 6:09 PM

ৰাজ্যৰ ভিন্নত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি

ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱি...

May 25, 2024 6:03 PM

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দলগাঁও থানাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা চোৰাং চিকাৰীক আটক

দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দলগাঁও থানাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই যোৱা নিশ...

May 25, 2024 6:04 PM

 প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীত সাল-সলনি

♦ অসমৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জ...

May 25, 2024 12:21 PM

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ দেহাৱসান

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ যোৱা নিশা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ ...

1 522 523 524 525 526 583

অধিক পঢ়ক

সকলো চাওক