ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

November 1, 2024 5:38 PM

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি পাইছে। তৈল বিপণন কোম্পানীসমূহে আজি এই কথা ঘো...

November 1, 2024 5:31 PM

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই ন...

November 1, 2024 5:57 PM

গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা সৰ্ববৃহৎ প্ৰকল্প মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা ৰাজ্যখনৰ সৰ্ববৃহৎ প্ৰকল্প...

November 1, 2024 5:19 PM

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ,...

November 1, 2024 12:30 PM

ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ দেৱালীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক পৃথকে পৃ...

November 1, 2024 12:26 PM

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে আজি বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰ...

November 1, 2024 12:23 PM

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬...

1 175 176 177 178 179 462

অধিক পঢ়ক

সকলো চাওক