ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

December 3, 2024 4:43 PM

ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুর্মু

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ওড়িশাত ৫ দিনীয়া ভ্ৰমণ সূচীৰে আজি সন্ধিয়া ভূবনেশ্বৰত উপস্থিত হ'ব। অন্যান...

December 1, 2024 6:59 PM

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ আহ্বান

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগ...

December 1, 2024 6:14 PM

সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনৰ অন্তিম দিনা প্রধানমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূৱনেশ্বৰত চলি থকা সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ...

December 1, 2024 12:45 PM

আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ বৈদেশিক মন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

কেন্দ্রীয় বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ নুকাৰপু ছাই তেজাৰ হত্যাকাণ্ডক লৈ ...

December 1, 2024 12:33 PM

তামিলনাডু আৰু পুডুচেৰী উপকূলৰ সমীপত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণীবতাহ ফেংগাল স্থলভাগত প্ৰৱেশ

কাৰাইকাল আৰু মহাবলীপুৰমৰ মাজত যোৱা নিশা তামিলনাডু আৰু পুডুচেৰী উপকূলৰ সমীপত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণীবতাহ ফেং...

December 1, 2024 12:30 PM

জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰ ভ্ৰমণ কৰি জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ...

December 1, 2024 12:22 PM

গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰী মো...

December 1, 2024 12:18 PM

আজি বিশ্ব এইডছ দিৱস

আজি বিশ্ব এইডছ দিৱস। Acquired Immuno Deficiency Syndrome ৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এইডছ দিৱস ...

1 127 128 129 130 131 457

অধিক পঢ়ক

সকলো চাওক