ডাউনলোড
মোবাইল এপ

android apple
signal

নির্বাচন

November 17, 2024 11:14 AM

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে প্ৰচাৰ অব্যাহত

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত এন ডি...

November 16, 2024 8:56 PM

মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা ক...

November 16, 2024 8:11 PM

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকল নিজ নিজ দলৰ ...

November 14, 2024 8:52 PM

মহাৰাষ্ট্ৰত ৰাজনৈতিক দলসমূহৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ, নন্দুৰবাৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। প্ৰতিটো ৰাজনৈতিক ...

November 14, 2024 8:50 PM

মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সমাৱেশ

বিকশিত ভাৰতৰ দিশত মহাৰাষ্ট্ৰই দেশক নেতৃত্ব দিয়া উচিত আৰু ইয়াৰ অংশ হিচাপে ৰাজ্যখনত বৰ্তমান আধুনিক আন্তঃগাঁথনি...

November 14, 2024 8:49 PM

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেৰ মহাৰাষ্ট্ৰৰ ইগাটপুৰিত নিৰ্বাচনী ৰেলী

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই মহাৰাষ্ট্ৰৰ ইগাটপুৰিত এটা ৰেলীত অংশগ্ৰহণ কৰে। তেওঁ প্ৰাক্তন প্রধানমন্ত্...

November 14, 2024 2:29 PM

ছত্ৰপতি ছন্তাজি নগৰ আৰু পানৱেলত নিৰ্বাচনী সমদলত প্রধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ ল...

November 14, 2024 12:09 PM

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্...

November 14, 2024 9:52 AM

চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্...

1 2 3 4 5 6 71

অধিক পঢ়ক

সকলো চাওক