November 24, 2025 9:20 AM November 24, 2025 9:20 AM
11
চত্তিশগড় আৰক্ষীৰ দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ
চত্তিশগড় আৰক্ষীয়ে কালি দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে। নাইমেড আৰক্ষী আৰু কোৱা টু হান্ড্রেড টেন ৰিজেমেণ্টে চলোৱা প্ৰথমটো যুটীয়া অভিযানত কাণ্ডাকা-জাপেলি বনাঞ্চলৰ পৰা বিস্ফোৰকসহ ৫ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে ভূপাল পত্নম আৰক্ষীয়ে ম...