November 26, 2025 9:15 PM November 26, 2025 9:15 PM
13
নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনত শপত গ্রহণ কৰিব
নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই অহা ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনৰ আৰম্ভণিৰ দিনাই শপত গ্রহণ কৰিব। আকাশবাণী জম্মু সংবাদদাতাই জনোৱা মতে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে নেশানেল কনফাৰেন্স দলৰ ছামি অবেৰয়, ছাজাদ আহমেদ কিন্তু আৰু চৌধৰী মহম্মদ ৰমজানক শপত ...