অহা ১৪ মে’ৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া ৭৭ সংখ্যক ফ্ৰান্সৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতে অংশগ্রহণ কৰিব। এই চলচ্চিত্ৰ মহোৎসৱত ভাৰত পৰ্ব নামৰ এটা বিশেষ অনুষ্ঠান উদযাপন কৰা হ’ব। নেচনেল ইনষ্টিটিউট অৱ ডিজাইন আহমেদাবাদে এই বছৰৰ থীম ক্রিয়েটিভ ইণ্ডিয়া প্ৰস্তুত কৰাৰ বাবে দা সূত্ৰধাৰাৰ পৰা অনুপ্ৰাণিত বুলি প্ৰকাশ কৰিছে। প্ৰায় ৩০ বছৰ পাছত পায়েল কাপাডিয়াৰ অল উই ইমাজিন এছ লাইট ভাৰতীয় ছবিখন প্ৰতিযোগিতা শাখাত মনোনীত হৈছে।
Site Admin | May 11, 2024 11:08 AM | CANNES FESTIVAL