লোকসভা নিৰ্বাচনৰ লগতে আজি গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটত বিজাপুৰ, খামৱাত, মানাভাদাৰ, পোৰবন্দৰ আৰু ভাগডিয়া বিধানসভা সমষ্টিত ভোটগ্রহণ চলি আছে। আনহাতে, কৰ্ণাটকৰ চোড়াপুৰ আৰু পশ্চিমবংগৰ ভগৱানগোলা বিধানসভা সমষ্টিতো ভোটগ্রহণ চলি আছে।
Site Admin | May 7, 2024 2:42 PM | India | Lok Sabha Elections 2024 | Lok Sabha polls | Political
গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত
