ডাউনলোড
মোবাইল এপ

android apple
signal

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ-ইষ্ট ইউনাইটেড

নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত শ্বিলং লাজং ফুটবল ক্লাৱক ১-০ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। অহা ১৩ মাৰ্চত উত্তৰ পূৱ সীমান্ত ৰে’লৱে ক্ৰীড়া সন্থা আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ মাজত প্ৰতিযোগিতাৰ ফাইনেল খেলখন খেলোৱা হ’ব।

অধিক পঢ়ক

সকলো চাওক