ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2024 8:24 PM

আকাশবাণীয়ে কাইলৈ পুৱা প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ চলন্ত বিৱৰণী হিন্দী আৰু ইংৰাজী ভাষাত সলনা-সলনিকৈ প্ৰচাৰ কৰিব

আকাশবাণীয়ে স্বাধীনতা দিৱস উপলক্ষে কাইলৈ পুৱা ৭ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ প...

August 14, 2024 8:09 PM

পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই কিংবদন্তি গ'লৰক্ষক পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা কৰিছে।...

August 14, 2024 7:33 PM

পশুপালন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অতুল বৰাৰ পর্যালোচনা বৈঠক

পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি দিছপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি, ভৱিষ্য...

August 14, 2024 7:06 PM

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্...

August 14, 2024 7:04 PM

দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃ...

August 14, 2024 7:36 PM

স্বাধীনতা দিৱসত ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সে...

August 14, 2024 6:59 PM

সমগ্ৰ দেশৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ ৪০০ গৰাকী প্ৰতিনিধিক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ ম...