November 28, 2024 7:44 PM November 28, 2024 7:44 PM

views 16

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্ত্তীত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনাৰে মন্ত্ৰী কেশৱ মহন্তৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী কেশৱ মহন্তই আজি অঞ্চলটো ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সদৰ কাজলগাঁৱত থকা জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগ...

November 28, 2024 7:36 PM November 28, 2024 7:36 PM

views 18

হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ তৃতীয় দিনৰ বাবেও স্থগিত

দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজি একেৰাহে তৃতীয় দিনৰ বাবেও স্থগিত ৰাখিবলগীয়া হয়। লোকসভাত আজি কেৰালাৰ ৱায়নাড়ৰ পৰা নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী আৰু ...

November 28, 2024 7:33 PM November 28, 2024 7:33 PM

views 14

ঝাৰখণ্ডৰ চতুৰ্দশগৰাকী মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেণৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িনী দলৰ নেতা হেমন্ত ছোৰেণে আজি চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। আজি বিয়লি ৰাঁচীৰ মোৰহাবাৰী খেলপথাৰত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংগোৱাৰে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ...

November 28, 2024 7:31 PM November 28, 2024 7:31 PM

views 18

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামান্য হ’ব আৰু বৰাক উপত্যকাৰ পৰা নিৰ্বাচিত এজন বিধায়কক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হ’বঃ মুখ্যমন্ত্ৰী

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামান্য হ'ব আৰু বৰাক উপত্যকাৰ পৰা নিৰ্বাচিত এজন বি...

November 28, 2024 6:56 PM November 28, 2024 6:56 PM

views 8

বিলাসীপাৰাত ‘আপ’ৰ জনসভাত মনোজ ধানোৱাৰঃ আদানিৰ স্বাৰ্থ ৰক্ষাৰ বাবে স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ

আজি আম আদমী পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ গোপীগাওঁ তৃতীয় খণ্ড বেলতলীত আয়োজিত জনসভাত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ উপস্থিত থাকে৷ অনুষ্ঠানত মনোজ ধানোৱাৰে কয় ‘অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই ...

November 28, 2024 6:49 PM November 28, 2024 6:49 PM

views 10

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ-২০২৪ৰ চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৪ গৰাকীকৈ খেলুৱৈক অসম চাইক্লিং সন্থাই সম্বৰ্ধনা জনায়। অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং, ছাইৰ সহকাৰী সঞ্চালক সম্ভু যাদৱ, ছাইৰ মু...

November 28, 2024 6:35 PM November 28, 2024 6:35 PM

views 12

চিৰাং জিলা ভ্ৰমণ কৰি ভূটান সীমাৱৰ্তী অঞ্চলত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱজনিত স্বাস্থ্য-পৰিস্থিতি বুজ মন্ত্ৰী কেশৱ মহন্তৰ

জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই আজি চিৰাং জিলা ভ্ৰমণ কৰি জিলাখনৰ ভূটান সীমাৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত স্বাস্থ্য-পৰিস্থিতিৰ বুজ লয়। গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ.লক্ষ্মনন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ মন্ত্ৰী...

November 28, 2024 6:33 PM November 28, 2024 6:33 PM

views 9

চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেনৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িনী দলৰ নেতা হেমন্ত ছোৰেণে আজি চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। আজি বিয়লি ৰাঁচীৰ মোৰহাবাৰী খেলপথাৰত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংগোৱাৰে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্রহণ অনুষ...

November 28, 2024 6:31 PM November 28, 2024 6:31 PM

views 9

কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ তৃতীয় দিনত দেশ-বিদেশৰ প্ৰতিনিধিসকলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন

কাজিৰঙাত চলি থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি তৃতীয় দিনা দেশ-বিদেশৰ প্ৰতিনিধিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পাছত অ’কিড উদ্যান, হাতীখুলি চাহ বাগিচা পৰিভ্ৰমণ কৰি অসমৰ থলুৱা খাদ্যৰ জুতি লয়। কাজিৰঙাৰ অনুপম সৌন্দৰ্য উপভোগ কৰি পৰ্যটকসকল ...

November 28, 2024 6:29 PM November 28, 2024 6:29 PM

views 6

বৰ্তমানলৈকে ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈৰ

অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈয়ে ২০১২ চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গৱেষণা কৰি এতিয়ালৈকে কমেও ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ কৰিছে। বিজ্ঞানীগৰাকীৰ এই বিষয়টোত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। উদ্ভিদৰ প্ৰজাতি আৱিস্কাৰৰ এই উল্লেখনীয় গৱেষণাৰ বাবে ড০ গ...