অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। মেঘালয়ৰ মুখ্য সচিব ড’নাল্ড ফিলিপ্ছ ৱাহ লাঙে কালি কয়, যে এই বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তৱৰ্তী অঞ্চলৰ ছটা এলেকা সন্দৰ্ভত এতিয়ালৈ সমাধান নোহোৱা বিষয়বোৰ বুজাবুজিৰ মাজেৰে নিষ্পত্তিৰ চেষ্টা কৰা হ’ব।
Assamese | May 30, 2025 11:49 AM | assam meghalaya meeting
অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক