অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হ’ব । ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। ধাৰ আৰু অন্যান্য গল্প পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।
Site Admin | December 31, 2024 1:42 PM | Assam Book Fair
অসম গ্রন্থমেলাত আজি য়েছে দৰজে ঠংচিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান
