ৰাজ্যৰ গৃহ বিভাগে উপ-আৰক্ষী অধীক্ষক উপেন কলিতাক এ পি এছ চি কেলেংকাৰিৰ গোচৰৰ নতুন তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে। এই গোচৰত ৩৯ জন ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে উপ-আৰক্ষী অধীক্ষক কলিতাই তদন্ত প্রক্রিয়া আগবঢ়াই নিব। পূৰ্বৰ তদন্তকাৰী বিষয়া প্রতীক ধুবেক উচ্চ ন্যায়ালয়ে অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই গৃহ বিভাগে উপেন কলিতাক নতুন দায়িত্ব অর্পণ কৰে।
Site Admin | June 27, 2024 11:36 AM | apsc upen kalita