ভাৰতৰ অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। অংকিতা কালি ইটালীৰ গেইবাত অনুষ্ঠিত প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ ছুছান বেণ্ডেকিৰ হাতত ৪-৬, ৭-৬, ৩-৬ ছেটত পৰাজিত হয়।
Site Admin | June 22, 2024 1:37 PM | Ankita Raina
অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত
