বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি সমাগত অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত এখন বৈঠকত অধ্যক্ষতা কৰে। জনতা ভৱনত আয়োজিত এই বৈঠকখনত সংশ্লিষ্ট সকলো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
Site Admin | July 11, 2024 12:57 PM | Amrit Brikshya Andolan 2024 | Assam | Chandra Mohan Patowary
অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতা
