কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু-কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত ভাগ ল’ব। বৈঠকত মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু উপ-ৰাজ্যপাল মনোজ সিনহাও উপস্থিত থাকিব। বৈঠকত আৰক্ষী, কাৰাগাৰ, আদালত আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব জম্মু কাশ্মীৰৰ মুখ্য সচিবৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব।
Site Admin | February 18, 2025 11:46 AM | Amit sah
নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠকত অমিত শ্বাহৰ অংশগ্ৰহণ
