আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ সময়সূচী অহা ১ ডিচেম্বৰৰ পৰা সামান্য পৰিৱৰ্তন ঘটোৱা হ‘ব। সেই অনুসৰি দিনৰ ১০ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি সেইদিনাৰ পৰা পুৱা ৭ বাজি ২৮ মিনিটত আৰু সন্ধিয়া ৬ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰিত হ‘ব।
Site Admin | November 22, 2024 8:13 PM | Akashvani
অহা ১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ মুখ্য বাতৰিৰ সময়সূচী সামান্য পৰিৱৰ্তন
