আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত কৰ্কট ৰোগ সজাগতা : প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত ডাঃ দদুল মণ্ডলৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চিকিৎসকগৰাকীৰ সৈতে কৰ্কট ৰোগ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।
Site Admin | February 3, 2025 12:29 PM | air guwahati public speek
আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি কৰ্কট ৰোগ সজাগতাঃ প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত আলোচনা
