লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ কালি অন্তিম দিনা ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ বাবে কালি ৩৮খন মনোনয়ন দাখিল কৰা হয়। ইয়াৰে দৰং-ওদালগুৰিত ৫ গৰাকী, ডিফুত এগৰাকী, কৰিমগঞ্জত ২০ গৰাকী, শিলচৰত দুগৰাকী আৰু নগাঁৱত ১০গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল … Continue reading লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল