ডাউনলোড
মোবাইল এপ

android apple
signal

দক্ষিণ-পশ্চিম নাইজাৰৰ মছজিদত আক্রমণ, ৪৪জন লোক নিহত

দক্ষিণ-পশ্চিম নাইজাৰৰ এটা মছজিদত সংঘটিত আক্রমণত কমেও ৪৪জন অসামৰিক লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৩ জন আহত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ফমবিতা গাঁৱত শুকুৰবৰীয়া নামাজৰ সময়ত হোৱা আক্ৰমণত এই লোককেইজন নিহত হয়। মন্ত্রালয়ে আইএছৰ সৈতে জড়িত এটা সন্ত্রাসবাদী সংগঠনক এই আক্ৰমণৰ বাবে জগৰীয়া কৰিছে।

অধিক পঢ়ক

সকলো চাওক