মিজোৰামত হোৱা ভূমিস্খলনৰ ফলত ২৩ জন লোকৰ মৃত্যু হৈছে। এটা শিলৰ কুৱেৰিৰ বাহিৰত হোৱা এই ভূমিস্খলনত মৃত্যু হোৱা ৯ জন ব্যক্তিৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। মৃতদেহকেইটাৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।
Site Admin | May 28, 2024 7:41 PM | landslide | Mizoram | North East
মিজোৰামত ভূমিস্খলনত ২৩ জন লোকৰ মৃত্যু
![মিজোৰামত ভূমিস্খলনত ২৩ জন লোকৰ মৃত্যু](https://www.newsonair.gov.in/wp-content/uploads/2024/04/Akashbani-2.jpg)