২০২৪-২৫ বৰ্ষৰ নিয়মীয়া কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি আৰম্ভ

২০২৪-২৫ বৰ্ষৰ নিয়মীয়া কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি বিত্তমন্ত্ৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে।

অধিক পঢ়ক

সকলো চাওক