ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অংশগ্ৰহণ

■ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে কয়, যে গোলকীয় পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। উদ্ভাৱনীমূলক কৌশলৰ জৰিয়তে পৰিৱেশগত বহনক্ষমতা তথা অর্থনৈতিক প্রগতি ত্বৰান্বিত হয় বুলিও তেওঁ প্ৰকাশ কৰে। পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰিবলৈ তেওঁ নাগৰিকসকললৈ আহ্বান জনায়। কোনো ব্যক্তি, গোট তথা এখন দেশে অকলে পৰিৱেশৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক