ডাউনলোড
মোবাইল এপ

android apple
signal

May 20, 2024 12:40 PM | Mutual fund

printer

ৰাজ্যত বিগত পাঁচ বছৰত MUTUAL FUND খণ্ডত বিনিয়োগৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি

বিগত পাঁচ বছৰত ৰাজ্যৰ MUTUAL FUND খণ্ডত বিনিয়োগৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি হৈছে। এই ক্ষেত্ৰখনত ২০২০-ৰ ১১ হাজাৰ ২৯৮ কোটি টকাৰ বিপৰীতে ২০২৪-ত বিনিয়োগৰ পৰিমাণ ১৫৯ শতাংশ বৃদ্ধিৰে ২৯ হাজাৰ ২৬৮ কোটি টকা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰি কয় যে MUTUAL FUND-ত অসমৰ বিনিয়োগৰাকীৰ বিনিয়োগ বৃদ্ধিৰ এই বাতৰিয়ে আশাৰ বতৰা কঢ়িয়াইছে। এই পৰিসংখ্যাই ৰাজ্যৰ বিনিয়োগ বজাৰসমূহৰ ওপৰত জনসাধাৰণৰ আস্থাৰ লগতে আয় বৃদ্ধিৰো সংকেট বহন কৰা বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক