ৰাজ্যত আজি পুৱা ৭ বাজি ৪৮ মিনিটত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অনুভূত হোৱা এই ভূমিকম্পৰ প্রাবল্য বিখটার স্কেলত ৪ দশমিক ৬। এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পৰা ১৩ কিলোমিটাৰ নিলগত।
Site Admin | October 13, 2024 12:19 PM | Earthquake Assam

গোপনীয়তা নীতি | কপিৰাইট © 2024 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত
শেষ আপডেট কৰা হৈছে: 26th Nov 2024 | ভিজিটৰ্ছ: 1480625