ৰাজহুৱা সম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতী আৰু সংসদ টি ভিৰ মাজত আজি সংসদত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সংসদ টি ভিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰজিত পুনহানি আৰু প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী তথা দুয়োটা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে উভয় পক্ষৰ মাজত সমল বিনিময়, কৰ্মচাৰী প্ৰশিক্ষণ আৰু পৰস্পৰৰ অনুষ্ঠান প্ৰচাৰকে ধৰি কেইবাটাও দিশত সন্মতি প্ৰদান কৰা হয় ৷
Site Admin | August 16, 2024 8:11 PM | MoU
ৰাজহুৱা সম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতী আৰু সংসদ টি ভিৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
