জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছে আজি ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধা জ্ঞাপন কৰে। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে তেওঁ কালি নতুন দিল্লীত উপস্থিত হয়।
Site Admin | October 1, 2024 2:24 PM | Andrew Holness | India
ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধা জ্ঞাপন জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ
