৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। খেল আৰম্ভণিতে শ্রীলংকাই বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৩০ ৰাণ সংগ্ৰহ কৰে। প্রত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ২ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৬ ৰাণ সংগ্ৰহ কৰি খেলি আছে।

অধিক পঢ়ক

সকলো চাওক