শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে অহা ৩০ নৱেম্বৰত কেইবাটাও শিক্ষা সংগঠনৰ সৈতে দিছপুৰৰ জনতা ভৱনত বৈঠকত মিলিত হ’ব। এই বৈঠকত চাকৰিৰ সেৱা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হ’ব। অসম হাইস্কুল শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বিদ্যালয় সেৱা সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাকে ধৰি কেইবাটাও সংগঠনক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে।
Site Admin | November 28, 2024 6:26 PM | Assam Education Minister | Assam Govt | Dr. Ranoj Pegu