ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্ছ প্রতিযোগিতাৰ পুৰুষৰ ১৫০০ মিটাৰ দৌৰত অসমৰ মেহদি হাছানে সোণৰ পদক অৰ্জন কৰে। দৌৰ প্রতিযোগিতাত মেহদি হাছানে এহেজাৰ ৫০০ মিটাৰ ৩ মিনিট ৪২ ছেকেণ্ড ৮২ মিলিছেকেণ্ডত সম্পূৰ্ণ কৰে।
Site Admin | May 17, 2024 12:25 PM | Mahadi Hasan
২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্ছ প্রতিযোগিতাত মেহদি হাছানৰ সোণৰ পদক অৰ্জন
