ৰয়েল ছুইডিজ একাডেমী অৱ ছায়েন্সে আজি ২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰে। প্ৰ’টিনৰ গাঁথনিৰ পূৰ্বানুমান আৰু বিকাশৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্যৰ বাবে তিনিগৰাকী বিজ্ঞানী ডেভিদ বেকাৰ, ডেমিজ হাচাবীজ আৰু জন জাম্পাৰলৈ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হয়।
Site Admin | October 9, 2024 7:33 PM | Nobel Award
২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা
