চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত হ’বলগীয়া গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব। আবেলি ৪ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে উভয় দলৰ বাবে এয়া প্ৰতিযোগিতাৰ প্ৰথম খেল।
Site Admin | August 3, 2024 1:58 PM | durand cup 2024 | durand cup kokrajhar
১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব
