হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বীৰচামুণ্ডা হকী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত চুমা হকী ক্লাবে উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন নিশা ৮ বাজি ১৫ মিনিটত আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ যোৱানিশা অনুষ্ঠিত এখন খেলত শ্রাচী ৰাৰ বেংগল টাইগাৰে টীম গোনাচিকাক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰে। বেংগল টাইগাৰৰ হৈ ৰুপিন্দৰ পাল সিঙে দুয়োটা গ’ল দিয়ে।
Site Admin | January 2, 2025 4:49 PM | Hockey India | SPORTS
হকী ইণ্ডিয়া লীগত নিশা ৮ বাজি ১৫ মিনিটত চুমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ
