সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। ৯ ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা।
Site Admin | December 6, 2024 10:53 AM | Akashvani | Local news
সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন
